
About Mousumi
A Professional Makeup Artist
মই লগ পোৱা প্ৰতিজন ব্যক্তি, যি এবুকু আশাৰে মোৰ ওচৰলৈ আহে; সেই সকলোৱে সৌন্দৰ্যৰ আঁকৰ -- মই সেইদৰে ভাবোঁ আৰু তেওঁলোকৰ অন্তৰতো সেই অনুভৱৰ সৃষ্টি কৰোঁ। ২০১৭ চনতে শুভাৰম্ভণি হোৱা এই বিনম্ৰ প্ৰয়াসেৰে মই কেশবিন্যাস আৰু ৰূপসজ্জাৰ পৃথিৱীত নিজকে এজন ব্যৱসায়সফল ব্যক্তিৰূপে গঢ়ি তুলিছোঁ। মই আৰু মোৰ সহযোগীসকলে বছৰটোত উত্তৰ-পূৱৰ সহস্ৰজনক এই সেৱা আগ বঢ়াইছে। তেতিয়াৰেপৰা মই প্ৰত্যেক স্থানতে শিহৰণকাৰী তথা মনোমুগ্ধকৰ ভূমিকাত অৱতীৰ্ণ হৈছোঁ। প্ৰতিখন বিবাহ, যিকোনো অনুষ্ঠান, পৰিঘটনা…সকলোতে মই উদীয়মান ৰূপসজ্জাৰ শিল্পীৰূপে পৰিচিত হৈছোঁ। যেতিয়াই আপুনি ৰূপসজ্জাৰ কথা ভাবিব, 'মৌচুমী ৰূপসজ্জা'ৰ নাম মনলৈ আনিব। যিকোনো অনুষ্ঠানতে মই ৰূপসজ্জাৰ দায়িত্ব পালন কৰোঁ আৰু মই আপোনাৰ চালখনিৰ বাবে উত্তম গুণসম্পন্ন সামগ্ৰীহে ব্যৱহাৰ কৰোঁ।
আপোনাৰ চেহেৰাৰ বাহ্যিক প্ৰকাশ সম্পৰ্কে আজিয়ে মোৰ সৈতে আলোচনা কৰক; কেনেকৈ আমি একেলগে এটি সুন্দৰ চেহেৰা প্ৰতিফলিত কৰাব পাৰোঁ।
"প্ৰকৃত ৰূপসজ্জাইহে এগৰাকী নাৰীক বয়সৰ সীমনা এৰি আভ্যন্তৰীণ তথা বাহ্যিক সৌন্দৰ্যৰে এটি পূৰ্ণ প্ৰস্ফুটিত ৰূপ বিকশিত কৰাব পাৰে।"
Every client I meet is beautiful, and my job is to make them feel that way. From a humble beginning in 2017, I am grown to become a professional name to be reckoned with in the fields of Hair and Makeup. Me & my team have been servicing thousands of clients every year from around the North-East. Since then, I have shaped stunning and exquisite looks for very places. I’m the go-to makeup artist for all parties, events, weddings and makeovers. When you think makeup, at first think Mousumi Mackup. I offer makeup for all sorts of occasions and use only the best quality products on your skin.
Get in touch with me today to discuss your look, and how together we can make your beauty shine through.
"Makeup can make a woman look more beautiful at every age....."
